বৰপেটাত NRC ত নাম নাহিল আছু নেতাৰ পত্নীৰ - বৰপেটাৰ দঙৰকুছি
জাতিৰ দলিল বুলি কোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চি প্ৰকাশ হ'ল ৷ এন আৰ চি প্ৰকাশৰ পিচতে ৰাজ্যৰ বিভিন্ন দল, সংগঠনৰ লগতে ৰাজনৈতিক নেতা, বুদ্ধিজীৱি আদিয়ে ভিন্ন মন্তব্য প্ৰকাশ কৰিছে ৷ বৰপেটাৰ দঙৰকুছিৰ সবিতা দাসৰ নাম নাহিল এন আৰ চিত ৷ ভোটাৰ তালিকাত ডি ভোটাৰ হিচাপে অন্তৰ্ভূক্ত হৈ থকা সবিতা দাসৰ বিৰুদ্ধে বৰপেটাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় বা বিদেশী ন্যায়াধীশৰ কাৰ্যালয়ত নাই কোনো গোচৰ ৷ আনহাতে শুনানীত উপস্থিত হৈ দাখিল কৰিছিল নাগৰিকত্বৰ সকলো তথ্য ৷ তাৰপিচতো সবিতা দাসৰ নাম নাহিল এন আৰ চিত ৷ এক প্ৰতিবেদন.............