অসম

assam

ETV Bharat / videos

বঙাইগাঁৱত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

By

Published : Jun 20, 2021, 3:51 PM IST

নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সমান্তৰালভাৱে বঙাইগাঁও আৰক্ষীয়ো নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে । বিশেষ তথ্যৰ ভিত্তিত চোৰাং বিলাতী সুৰা বিক্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । শনিবাৰে বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁৱৰ ভাউলাগুৰি টুনিয়াপাৰত নিশা বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয় বঙাইগাঁও আৰক্ষী ।

ABOUT THE AUTHOR

...view details