অসম

assam

By

Published : Nov 28, 2020, 8:56 AM IST

Updated : Nov 28, 2020, 9:09 AM IST

ETV Bharat / videos

বাক্যবাণ : হিমন্ত বিশ্ব শৰ্মা বনাম হাগ্ৰামা মহিলাৰী

ৰাজ্যত অব্যাহত আছে নিৰ্বাচনী যুঁজ ৷ তাৰ সমানে চলিছে নেতাৰ তীব্ৰ বাকযুদ্ধ ৷ ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী যুক্তি-তৰ্ক ৷ ইটিভি ভাৰতৰ বিশেষ অনুষ্ঠান ‘বাক্যবাণ’ত চাওক হিমন্ত বনাম হাগ্ৰামাৰ বাক-যুদ্ধ ৷
Last Updated : Nov 28, 2020, 9:09 AM IST

ABOUT THE AUTHOR

...view details