তিনিচুকীয়া উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ বাঘজানবাসীৰ
আজিও নিৰ্বাপিত হোৱা নাই বাঘজান তৈলক্ষেত্ৰৰ BGR-5 নং তৈলখাদৰ জুই ৷ অগ্নিকাণ্ডৰ তিনিমাহৰ পিছতো অইল ইণ্ডিয়া কৰ্তৃপক্ষ তথা ৰাজ্য চৰকাৰৰ পৰা কোন ধৰণৰ ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ ক্ষতিগ্ৰস্ত ৰাইজৰ ৷ অৱেশেষত সোমবাৰে তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ভূক্তভোগী পৰিয়ালসমূহে ৷
Last Updated : Aug 25, 2020, 3:35 AM IST