অসম

assam

ETV Bharat / videos

মৰাণত মাইকযোগে ক’ৰণাৰ সজাগতা প্ৰশাসনৰ - মৰাণ প্ৰশাসন

By

Published : Apr 20, 2021, 9:53 AM IST

দ্ৰুত গতিত বৃদ্ধি পোৱা ক’ৰণা সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে প্ৰতিদিনেই মৰাণত মাইকযোগে সজাগতা সৃষ্টি কৰি আহিছে মৰাণৰ আৰক্ষী প্ৰশাসনে । মৰাণৰ দৈনিক বজাৰত বহু শতাধিক লোক সমাগম হোৱা বজাৰখনৰ ৰাইজক সামাজিক দূৰত্ব মানি চলি মাস্ক পৰিধান কৰিবলৈ মাইকযোগে আহ্বান জনায় প্ৰশাসনে । এই নিয়ম অমান্য কৰা লোকক জৰিমনা বিহিছে আৰক্ষীয়ে । উল্লেখ্য যে, বিগত দিনত মৰাণ আৰু খোৱাঙত ইতিমধ্যে কেইবাগৰাকীও লোক ক’ৰণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ।

ABOUT THE AUTHOR

...view details