মানালীত কিয় অৰ্ধ উলংগ প্ৰতিবাদ আটাছুৰ ! - protest against CAA in Manali
নাগৰিকত্ব সংশোধনী আইন তথা ’কা’ প্ৰত্যাহাৰ দাবীত মানালীৰ বুকুত আটাছুৰ অৰ্ধ উলংগ প্ৰতিবাদ। ‘কা’ প্ৰত্যাহাৰৰ লগতে টাই আহোমকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত এই প্ৰতিবাদ আটাছুৰ । প্ৰখৰ শীতকো নেওচি এনেদৰে মানালীত আটাছুৰ এটা সজাতি দলে প্ৰতিবাদ সাব্যস্ত কৰে। আটাছু কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মনোজ গগৈৰ নেতৃত্বত এই প্ৰতিবাদ।