অসম

assam

ৰাজধানী দিল্লীত অসমীয়াৰ কেব বিৰোধী উত্তাল প্ৰতিবাদ

By

Published : Dec 12, 2019, 11:45 PM IST

দিল্লীৰ ইণ্ডিয়া গেটৰ সম্মুখত অসমীয়াৰ কেব বিৰোধী প্ৰতিবাদ ৷ 'কেব আমি নামানো', 'অসমীয়াৰ ওপৰত অত্যাচাৰ নচলিব' আদি শ্ল'গানেৰে উত্তাল কৰি তুলিলে ইণ্ডিয়া গেট ৷

ABOUT THE AUTHOR

...view details