অসম

assam

ETV Bharat / videos

কি ক'লে প্ৰাক্তন বিধায়িকা ৰুমী নাথে - মহিলা সকল সুৰক্ষিত নহয়

By

Published : Dec 26, 2019, 5:12 AM IST

Updated : Dec 26, 2019, 9:02 AM IST

মুখ খুলিলে প্ৰক্তন বিধায়িকা ৰুমী নাথে । মঙলবাৰে সংঘটিত ঘটনাৰ পৰিপ্ৰেক্ষিতত ইটিভি ভাৰতৰ লগত হোৱা একান্ত সাক্ষাৎকাৰত তেওঁ ক'লে মহিলা সকল সুৰক্ষিত নহয়। বিজেপিৰ গুণ্ডা বাহিনীয়ে অপদস্থ কৰাৰ চেষ্টা কৰিছিল তেওঁক । যদিহে অপৰাধীক কৰায়ত্ব কৰা নহয় তেন্তে আন্দোলনৰ পথ বাছি ল'ব তেওঁ ।
Last Updated : Dec 26, 2019, 9:02 AM IST

ABOUT THE AUTHOR

...view details