অসম

assam

By

Published : Dec 10, 2019, 11:38 PM IST

ETV Bharat / videos

আজি সকলোৱে কৈছে "দেশ বুলিলে নালাগে আদেশ"

হঠকাৰী সিদ্ধান্তৰ বাবেই ধ্বংস হৈছিল মহম্মদ বীন টোঘলকৰ ৰাজ্য ৷ একেই পৰিস্থিতি অসমত ৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ এক পক্ষীয় সিদ্ধান্ত আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মৌনতাৰ বাবেই বৰ্তমান অগ্নিগৰ্ভা অসম ৷ হাতে হাতে জোঁৰ লৈ ৰাজপথত নামিছে ছাত্ৰ-ছাত্ৰীৰ পৰা দল-সংগঠনৰ নেতা আৰু সাধাৰণ জনতালৈকে সকলো ৷ সকলোৱে একে মুখে ধিক্কাৰ দিছে চৰকাৰৰ স্বৈৰাচাৰী সিদ্ধান্তক ৷ কেৱল জোঁৰ সমদলেই নহয়, দেহৰ ৰক্তৰে প্ৰতিবাদৰ আখৰ লিখি অসম মাতৃক ৰক্ষা কৰাৰ অপ্ৰাণ চেষ্টা প্ৰতিবাদী জনতাৰ ৷

ABOUT THE AUTHOR

...view details