অসম

assam

ETV Bharat / videos

ভি কে পিল্লাই কমিটিৰ ধাৰা অব্যাহত ৰাখিব নতুন কমিটিয়ে: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

By

Published : Jul 18, 2019, 8:16 AM IST

অসম চুক্তিৰ ৬ নং দফাৰ পৰ্যালোচনাৰ বাবে পুনৰ নতুন কমিটি গঠন কেন্দ্ৰৰ ৷ কমিটিখনৰ প্ৰসংগত আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে ৬ নং দফাত থকা অনুসৰি খিলঞ্জীয়াক ৰক্ষা কৱচ দিবই লাগিব ৷ অসম চুক্তিক উলংঘা কৰা কোনো কথাই আমি মানি নলওঁ ৷ ভি কে পিল্লাই কমিটিৰ যি ধাৰা আছিল সেয়া অব্যাহত ৰাখিব লাগিবই এই নতুন কমিটিখনে ৷ লগতে চুক্তি সন্দৰ্ভত যি কাৰ্যপন্থা গ্ৰহণ কৰিব লাগে সেয়া খিলঞ্জীয়াৰ পক্ষত থাকি আছুৱে কৰি যাব বুলি মন্তব্য কৰে ভট্টাচাৰ্যই ৷

ABOUT THE AUTHOR

...view details