অসম

assam

অসুৰক্ষিত দীপৰ বিলঃ নামি আহিছে সংকট

By

Published : Jun 4, 2019, 3:21 PM IST

সুৰক্ষিত নহয় দ্বীপৰ বিল । সমস্ত মহানগৰীৰ আৱৰ্জনা বক্ষত কঢ়িয়াই কুলষিত হৈ পৰা মনোৰম দীপৰ বিলৰ যেন সৌন্দৰ্য ক্ৰমাৎ হেৰাই গৈছে ৷ বেদখল, ৰেলপথ নিৰ্মাণ, উচ্চ ক্ষমতাসম্পন্ন বিদ্যু সংযোগ আদিয়ে ক্ৰমশ বিলখনক মৃত্যুৰ মুখলৈ থেলি দিছে ৷ আমাৰ এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details