অসম

assam

ETV Bharat / videos

যোৰহাট জিলা বিজেপিৰ অভিনন্দন অনুষ্ঠান

By

Published : Jun 12, 2019, 8:52 PM IST

ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলা বিজেপিৰ উদ্যোগত পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত কামাখ্যা প্ৰসাদ তাছা আৰু তপন গগৈক অভিনন্দন জনোৱা হয় ৷ যোৰহাটৰ শতাধিক দল সংগঠনে নৱ-নিৰ্বাচিত সাংসদ দ্বয়ক অভিনন্দন জ্ঞাপন কৰে ৷

ABOUT THE AUTHOR

...view details