অসম

assam

ETV Bharat / videos

কলিয়াবৰত গৌৰৱ গগৈৰ জয় নিশ্চিতঃ নুৰুল হুদা - গোলাঘাটৰ বিধায়ক নুৰুল হুদা

By

Published : May 23, 2019, 1:57 PM IST

Updated : May 23, 2019, 2:56 PM IST

গোলাঘাট,23 মে': নিৰ্বাচনী ফলাফল সন্দৰ্ভত ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ প্ৰতিক্ৰিয়া ৷ কলিয়াবৰ সমষ্টিত গৌৰৱ গগৈ বিপুল ভোটত জয়ী হ'ব বুলি উল্লেখ বিধায়কগৰাকীৰ ৷ কলিয়াবৰ লোকসভা সমষ্টিৰ মুঠ 10টা বিধানসভা সমষ্টিৰ ছটা সমষ্টিতে গৌৰৱ গগৈয়ে জয় লাভ কৰিব বুলি উল্লেখ গোলাঘাটৰ বিধায়ক নুৰুল হুদাৰ ৷
Last Updated : May 23, 2019, 2:56 PM IST

ABOUT THE AUTHOR

...view details