অসম

assam

ETV Bharat / videos

ঢোল-পেঁপাৰ মাত মুখৰিত ধুবুৰীৰ গৌৰীপুৰ - Bihu_preparation

By

Published : Apr 13, 2021, 10:50 PM IST

বিহু বুলি ক'লেই তৰনী নাই অসমীয়াৰ ৷ বিগত বছৰত বিহু উদযাপন কৰিব নোৱাৰিলেও কিন্তু এই বেলি কেনেকৈ বিহু উদযাপন নকৰাকৈ থাকিব অসমীয়াই ? সেয়ে পাৰভঙা উচাহেৰে ধুবুৰীতো এইবেলি বিহু পতাৰ পণ লৈছে চহা অসমীয়া ৰাইজে ৷

ABOUT THE AUTHOR

...view details