নিনোং এৰিঙক লৈ কৰা বিতৰ্কিত মন্তব্যক লৈ জাঙুৰ খাইছে অৰুণাচলবাসী - AAPSU react
এজন ইউটিউবাৰৰ অৰুণাচল প্ৰদেশ আৰু অৰুণাচলৰ এজন বিধায়ত লৈ তীৰ্যক মন্তব্য কৰাৰ লৈ এতিয়া অশান্তিৰ পৰিৱেশে বিৰাজ কৰিছে অৰুণাচল প্ৰদেশত ৷ এটা ইউটিউব ভিডিঅ'ত অৰুণাচলক চীনৰ অংশ আৰু অৰুণাচলৰ বিধায়কগৰাকীক ভাৰতীয় নহয় বুলি এজন ইউটিউবাৰে অৰুণাচল প্ৰদেশ আৰু অৰুণাচলৰ এজন বিধায়ত লৈ তীৰ্যক মন্তব্য কৰাৰ লৈ এতিয়া অশান্তিৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ উত্তৰ পূৱত ৷ এটা ইউটিউব ভিডিঅ'ত অৰুণাচলক চীনৰ অংশ আৰু অৰুণাচলৰ বিধায়কগৰাকীক ভাৰতীয়ৰ দৰে দখিবলৈ নহয় বুলি মন্তব্য কৰি ভিডিঅ' আপলোড কৰিছিল পাৰছ সিং নামৰ এজন ইউটিউবাৰে ৷ প্ৰদেশখনৰ মুখ্যমন্ত্ৰীৰ বিষয়েও বিতৰ্কিত মন্তব্য কৰিছিল ইউটিউবাৰজনে ৷ এই বিতৰ্কিত পোষ্টৰ বাবে উত্তৰ-পূৱৰ অন্যতম ৰাজ্য অৰুণাচল প্ৰদেশত অশান্তিৰ পৰিৱেশে বিৰাজ কৰিছে ৷ বিতৰ্কিত পোষ্টৰ বিৰুদ্ধে সংবাদমেলৰ আয়োজন কৰিছে আদি বানে কেবাং নামৰ জনগোষ্ঠীয় সংগঠনৰ প্ৰৱক্তা জৱমচাং মেংগু আৰু সংগঠনটোৰ সভাপতি জলুক মিনুঙয়ে৷ লগতে সমগ্ৰ ঘটনাক লৈ জাঙুৰ খাই উঠিছে অৰুণাচল প্ৰদেশ ছাত্ৰ সংন্থাৰ উপ-সভাপতি মেজে টাকুয়ে
Last Updated : May 25, 2021, 10:53 PM IST