অসম

assam

কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত মুখ খুলিলে ৰূপজ্যোতি কুৰ্মীয়ে

By

Published : Aug 25, 2020, 3:32 PM IST

ইতিহাসৰ পাতত লিপিবদ্ধ থাকিব 2020 বৰ্ষ ৷ কিয়নো এই বৰ্ষটো বহু উত্থান-পতনৰ সাক্ষী হিচাপে চৰ্চিত হৈছে ৷ বছৰটোৰ আৰম্ভণিৰ পৰাই নাগৰিকত্ব স‌ংশোধনী আইনৰ বিৰুদ্ধে অসমৰ জন সাধাৰণৰ আন্দোলন,পৰৱৰ্তী সময়ত কৰ’ণা মহামাৰী আৰু শেহতীয়াকৈ গুৰুত্বপূৰ্ণ আলোচ্য বিষয় হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মিত্ৰতা । শেহতীয়াকৈ কংগ্ৰেছ-এআইইউডিএফ-ৰ মিত্ৰতাই বিভেদ মাতিছে কংগ্ৰেছৰ মাজত । এই মিত্ৰতা সন্দৰ্ভে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে বিস্ফোৰক মন্তব্য ৷

ABOUT THE AUTHOR

...view details