অসম

assam

ETV Bharat / videos

লমা লমে লগিছে লিচুঃ জাঁজী বজাৰত উভৈনদী সুস্বাদু লিচু

By

Published : Jun 2, 2019, 12:49 PM IST

এতিয়া লিচু খোৱাৰ বতৰ । লিচু বুলি ক'লেই বিখ্যাত উজনি অসমৰ এখন বৃহৎ তথা সুস্বাদু লিচুৰ বজাৰ ৷ শিৱসাগৰ আৰু যোৰহাট জিলা সংলগ্ন জাঁজী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বহা এই লিচু বজাৰখন বাটৰুৱাৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷

ABOUT THE AUTHOR

...view details