অসম

assam

ETV Bharat / videos

আমগুৰিত ছাত্ৰ সন্থাৰ উদ্যোগত মুকলি বিহু - assamese culture

By

Published : Apr 18, 2021, 7:29 PM IST

আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত কৰা হয় মুকলি বিহু ৷ আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা মুকলি বিহুৰ অনুষ্ঠানত অসমীয়া সংস্কৃতিৰ অক্লান্ত সাধক নৱদ্বীপ হাজৰিকা আৰু শিল্পী তথা দক্ষ বিহুৱা দেৱেশ্বৰ বড়াক সম্বৰ্ধনা জনায় আমগুৰিৰ আছু কৰ্মীয়ে ৷ সাংবাদিক আব্দুল গফুৰ আহমেদে আঁত ধৰা অনুষ্ঠানতে আমগুৰিৰ সামাজিক, সাংস্কৃতিক দিশলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা ব্যক্তি দুগৰাকীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷

ABOUT THE AUTHOR

...view details