অসম

assam

ETV Bharat / videos

দেওবাৰে সম্পূৰ্ণ ৰূপে বন্ধ মহানগৰীৰ দোকান পোহাৰ - দেওবাৰে সম্পূৰ্ণ ৰূপে বন্ধ মহানগৰীৰ দোকান পোহাৰ

By

Published : May 10, 2020, 3:56 PM IST

জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি দেওবাৰে সম্পূৰ্ণ ৰূপে বন্ধ দেখা গ'ল মহানগৰীৰ দোকান-পোহাৰ। ফাৰ্মাচী আৰু গেলামালৰ দোকানৰ বাহিৰে সকলোবোৰ ব‍্যৱসায়ীক প্ৰতিষ্ঠানত পুনৰ তলা উলমিল ৷ সমান্তৰালকৈ মহানগৰীত গাড়ী মটৰৰ চলাচলো পাতলীয়া দেখা গ'ল । উল্লেখ‍্য যে, মহানগৰীত চাৰিটাকৈ COVID-19 পজিটিভ ৰিজাল্ট অহাৰ পাছতে এই ধৰণৰ তৎপৰতা গ্ৰহণ কৰিছে (মেট্ৰ') জিলা প্ৰশাসনে।

ABOUT THE AUTHOR

...view details