অসম

assam

ETV Bharat / videos

হাতত মমবাতি লৈ ৰাজপথত চিকিৎসক... - ALL ASSAM DOCTORS PROTEST

By

Published : Sep 3, 2019, 11:58 PM IST

টিয়ক চাহ বাগিচাৰ চিকৎসক ডাঃ দেবেন দত্তৰ হত্যাৰ ঘটনাৰ ন্যায় বিচাৰৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে চিকিৎসকসকলৰ প্ৰতিবাদ ৷ মঙলবাৰে পুৱাৰ পৰা চিকিৎসকৰ প্ৰতিবাদত ৰাজ্যত বন্ধ হৈ পৰিল চিকিৎসা সেৱা ৷ বিভিন্ন প্ৰান্তত দেখা গ'ল প্ৰতিবাদৰ ঢৌ ৷ পুৱাৰ পৰা সন্ধিয়ালৈকে প্ৰতিবাদমুখৰ হ'ল ৰাজ্য ৷ হাতে হাতে মমবাতি লৈ ৰাজপথলৈ ওলাই আহিল চিকিৎসাকৰ্মীসকল ৷ চাওক এক প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details