অসম

assam

ৰূপজ্যোতি কুৰ্মীক প্ৰৱঞ্চক আখ্যা অখিল গগৈৰ মাতৃৰ

By

Published : Oct 30, 2021, 7:03 PM IST

Updated : Oct 31, 2021, 9:43 AM IST

ৰূপজ্যোতি কুৰ্মী(Rupjyoti Kurmi)য়ে প্ৰৱঞ্চনা কৰিলে ৷ তেওঁক মৰিয়নী সমষ্টিৰ পৰা উলিয়াব লাগে ৷ এনেকুৱা মানুহে দেশৰ ভাল কাম কৰিব নোৱাৰে ৷ মৰিয়নী সমষ্টি(Mariani Constituency)ত ৰাইজৰ দল(Raijor Dal)ৰ প্ৰাৰ্থী সঞ্জীৱ গগৈয়ে জয়লাভ কৰিবই ৷ উপ-নিৰ্বাচন(Bypolls)ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ অন্তিম ক্ষণত এইদৰে মন্তব্য আগবঢ়ায় বিধায়ক অখিল গগৈ(Akhil Gogoi)ৰ মাতৃ প্ৰিয়দা গগৈ(Priyada Gogoi)য়ে ৷ চাওক এই বিশেষ প্ৰতিবেদন...
Last Updated : Oct 31, 2021, 9:43 AM IST

ABOUT THE AUTHOR

...view details