অসম

assam

ETV Bharat / videos

এন আৰ চি সম্পৰ্কত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ সভাপতি হেমেন চক্ৰৱৰ্তীৰ প্ৰতিক্ৰিয়া - reaction

By

Published : Sep 1, 2019, 12:19 PM IST

দীৰ্ঘ দিনীয়া এক প্ৰক্ৰিয়াৰ অন্তত দেশৰ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত অৱশেষত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পালে। ইয়াক লৈ একাংশ দল সংগঠনে যদি সন্তুষ্টি প্ৰকাশ কৰিছে আন একাংশই আকৌ কিছু পৰিমানে অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে। এন আৰ চি সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ সভাপতি হেমেন চক্ৰৱৰ্তীয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ? এই সন্দৰ্ভত ধুবুৰীৰ পৰা সাহানুৰ ইছলামৰ এক প্ৰতিবেদন ৷

ABOUT THE AUTHOR

...view details