অসম

assam

ETV Bharat / videos

কেবিনেটত ধেমাজিৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিবলৈ দাবী AJYCPৰ - Announce special package for Dhemaji in Dhemaji Cabinet

By

Published : Sep 29, 2021, 2:17 PM IST

আগন্তুক ৩০ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ কেবিনেটৰ সময় চমু চাপি অহাৰ লগে লগে উৎকণ্ঠা বাঢ়িছে সকলোৰে মাজত ৷ দিনে-নিশাই ক্ষীপ্ৰতাৰে চলিছে কাম-কাজ ৷ অসম জাতীয়তাবাদী যুৱ পৰিষদে (AJYCP) এই কেবিনেট বৈঠক আদৰণি জনোৱাৰ লগতে ধেমাজিবাসীৰ দীৰ্ঘদিনীয়া বান সমস্যা সমাধানৰ বাবে চৰকাৰক বিশেষ পেকেজে ঘোষণা কৰাৰ আহ্বান জনাইছে ৷

ABOUT THE AUTHOR

...view details