অসম

assam

ETV Bharat / videos

তৰুণ গগৈৰ কথা কৈ উচুপি উঠিলে বদৰুদ্দিন আজমল - আৱেগিক সাংসদ বদৰদ্দিন আজমল

By

Published : Nov 23, 2020, 5:01 PM IST

তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল'বলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত সাংসদ বদৰদ্দিন আজমল ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ অধিক গুৰুতৰ অৱস্থা দেখি আৱেগিক সাংসদ গৰাকী ৷ বৰ্ষীয়ান কংগ্ৰেছ নেতা গৰাকীৰ সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি চিকিৎসালয়ৰ প্ৰাংগনতে উচুপি উঠে সাংসদ গৰাকী ৷

ABOUT THE AUTHOR

...view details