অসম

assam

ETV Bharat / videos

হাতী খেদাও চাবুৱা বচাও, বিজেপি খেদাও বাগান বচাও: অজয় ফুকন - হাতী খেদাও চাবুৱা বচাও, বিজেপি খেদাও বাগান বচাও

By

Published : Mar 22, 2021, 9:21 PM IST

চাবুৱাত ব্যাপক প্ৰচাৰ মহাজোঁটৰ প্ৰাৰ্থী অজয় ফুকনৰ ৷ প্ৰাৰ্থীগৰাকীয়ে চাহ বাগিচাৰ লাইনসমূহত সভা-সমিতি পাতি অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ ।"হাতী খেদাও চাবুৱা বচাও, বিজেপি খেদাও চাবুৱা বচাও, হাতী খেদাও বাগান বচাও" আদি শ্ল'গানেৰে চাবুৱাত কংগ্ৰেছৰ কৰ্মীসকলে অজয় ফুকনৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাইছে ৷ ইয়াৰ লগতে গীত-মাত, বিহু নাচি গাঁৱে-গাঁৱে ঘূৰি ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে অজয় ফুকনে ।

ABOUT THE AUTHOR

...view details