অসম

assam

ETV Bharat / videos

Ahom Sena protest: প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে সৰৱ অসম সেনা - অসম লোকসেৱা আয়োগত অসমীয়া ভাষা বাধ্যতামূলক

By

Published : Nov 27, 2021, 8:51 PM IST

গোলাঘাট নগৰৰ বেজবৰুৱা চাৰিআলিত শনিবাৰে আহোম সেনাৰ গোলাঘাট জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ(Ahom Sena protest) সাব্যস্ত কৰে ৷ বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ে বিতৰ্কিত মন্তব্য(Bengali leader Pradip Dutta Roy makes controversial remarks)ৰে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা তথা অসমীয়া ভাষাক অপমান(Insult to Assamese language) কৰাৰ অভিযোগেৰে আহোম সেনাই এই প্ৰতিবাদ সাব্যস্ত কৰি ৰয় প্ৰতিকৃতি দাহ কৰে ৷ তেওঁলোকে লগতে অসম চৰকাৰে বৰাকত অসমীয়া ভাষাত লগোৱা বেনাৰ উঠাই লোৱাৰ বাবে অসম চৰকাৰকো কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ আনহাতে অসম লোকসেৱা আয়োগত অসমীয়া ভাষা বাধ্যতামূলক(Assamese, Language Paper Compulsory for APSC) কৰা দাবী কৰে আহোম সেনাই ।

ABOUT THE AUTHOR

...view details