অসম

assam

মেডিকেল কলেজ স্থাপনক লৈ উৎফুল্লিত বঙাইগাঁৱবাসী

By

Published : Jul 17, 2021, 10:26 PM IST

অসম চৰকাৰে বঙাইগাঁৱত মেডিকেল কলেজ(medical college hospital) স্থাপনৰ বিষয়ে বাজেট অধিৱেশনত প্ৰকাশৰ পিচতে বঙাইগাঁৱত আনন্দৰ বন্যা । এই উপলক্ষে শনিবাৰে বিধায়ক ফণীভূষণ চৌধুৰীক সম্বৰ্ধনা জনাই অগপৰ বঙাইগাঁও জিলাৰ কৰ্মীসকলে ৷ বঙাইগাঁৱৰ অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত বিধায়ক ফণীভূষণ চৌধুৰীক সম্বৰ্ধনা জ্ঞাপন কৰে দলীয় কৰ্মীসকলে ৷ স্বাভাৱিকতে এই খবৰে আনন্দৰ বন্য়া বোৱাইছে বঙাইগাঁৱবাসীৰ মাজত ৷

ABOUT THE AUTHOR

...view details