অসম

assam

ETV Bharat / videos

ওৰাঙৰ কেনেকৈ সংঘটিত হ'ল শোকৱহ দুৰ্ঘটনাটো ? - orang accident

By

Published : Nov 20, 2019, 3:16 PM IST

ওদালগুৰিৰ ওৰাংৰ গেলাবিলত নিশা 2:30 বজাত সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনাটো । 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা ট্ৰাকত খুন্দিয়াই আৰ্টিগা গাড়ীখনে । থিতাতে মৃত্যু হয় আৰ্টিগা খনত থকা 8 জন লোকৰ । বাইহাটৰ পৰা তেজপুৰ অভিমুখে আহি আছিল গাড়ীখন । গাড়ীখনত থকা আটাইকেইজন বিবাহ যাত্ৰী আছিল ।

ABOUT THE AUTHOR

...view details