অসম

assam

By

Published : Sep 21, 2020, 8:08 PM IST

Updated : Sep 21, 2020, 10:04 PM IST

ETV Bharat / videos

সংসদত সৰ্থেবাৰীৰ কাঁহ শিল্পৰ ওপৰত আলোকপাত সাংসদ আব্দুল খালেকৰ

সংসদৰ বৰ্ষাকালীন অধিৱেশনত সৰ্থেবাৰীৰ কাঁহ শিল্প সন্দৰ্ভত মন্তব্য কৰে সাংসদ আব্দুল খালেকে ৷ অতীজৰে পৰা সৰ্থেবাৰীৰ কাঁহ শিল্পই অসমৰ অৰ্থনীতিত যথেষ্ট অৰিহণা যোগাই আহিছে ৷ এই উদ্যোগটোৰ সৈতে জড়িত লোকসকলো যথেষ্ট প্ৰতিভা সম্পন্ন ৷ কিন্তু ক্ৰমান্বয়ে এই শিল্পৰ লগতে শিল্পটোৰ সৈতে জড়িত লোকলসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ এই ক্ষেত্ৰত চৰকাৰে উদ্যগটোৰ উন্নয়নৰ লগতে প্ৰচাৰৰ বাবে আঁচনি গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷
Last Updated : Sep 21, 2020, 10:04 PM IST

ABOUT THE AUTHOR

...view details