অসম

assam

By

Published : Dec 11, 2020, 7:51 PM IST

ETV Bharat / videos

ক'লা পতাকা প্ৰদৰ্শনেৰে নগাঁৱত CAA ৰ বিৰোধিতা

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে নগাঁৱত অসম জাতীয় যুৱ পৰিষদৰ সমান্তৰালকৈ প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷ জাতিধ্বংসী অভিহিত আইনখন বাতিলৰ দাবীৰে নগাঁও জিলা ছাত্ৰ সন্থাই হাতে হাতে ক'লা পতাকা লৈ নগাঁও চহৰৰ মাজ মজিয়াৰে এক প্ৰতিবাদী বাইক ৰেলী উলিয়ায় ৷ চহৰৰ ভিন্ন প্ৰান্তত প্ৰতিবাদী সংগঠনটোৱে ক'লা পতাকা আঁৰে যদিও পৰৱৰ্তী সময়ত আৰক্ষীয়ে জব্দ কৰে পতাকাসমূহ ৷

ABOUT THE AUTHOR

...view details