অসম

assam

ETV Bharat / videos

পাণ ব্যৱসায়ীৰ পৰা ধন দাবী কৰা আছু নেতাক ৰক্ষণাবেক্ষণ দিছে নেকি নেতৃত্বই ? - ধন দাবী কৰা আছু নেতা

🎬 Watch Now: Feature Video

By

Published : Nov 20, 2021, 6:01 PM IST

পাণ ব্যৱসায়ীৰ গাড়ী ৰখাই ধন দাবী কৰাৰ অভিযোগ উঠা মৰাণ আছুৰ সাধাৰণ সম্পাদক ভাস্কৰ বৰুৱাৰ বিৰুদ্ধে জিলা সমিতিয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰি ৰক্ষণাবেক্ষণহে দিয়াৰ অভিযোগত আছু ত্যাগ কৰিলে মৰাণ আঞ্চলিক কমিটিৰ তিনি নেতাই ৷ ইতিমধ্যে চৰাইদেউ জিলা সমিতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বুলি নেতা কেইজনে সংবাদমেলত জানিবলৈ দিছে ।

ABOUT THE AUTHOR

...view details