পৃথক বৰাক : ড৹ নগেন শইকীয়াৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া শংকৰ জ্যোতি বৰুৱাৰ - সদৌ অসম ছাত্র সন্থা
বৰেণ্য সাহিত্যিক ড৹ নগেন শইকীয়াই বৰাকক পৃথক ৰাজ্য ঘোষণাৰ বাবে কৰা বিস্ফোৰক মন্তব্যৰ পাছতেই সদৌ অসম ছাত্র সন্থাৰ নিজা প্ৰতিক্ৰিয়া । আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ প্ৰতিক্ৰিয়া । ৰাজ্যত সমস্যাৰ উদ্ভৱ হ'লে ৰাজ্যখনৰ কোনো ঠাইকে পৃথক কৰি সমাধান কৰিব পৰা নাযাব বুলি মন্তব্য আছুৰ সাধাৰণ সম্পাদক গৰাকীৰ ৷