তিনিচুকীয়াত আছুৰ মুকলি বিহু - bihu
আজি পহিলা ব'হাগ। বাপতি সাহোন ৰাঙলী বিহুটিক লৈ উখল মাখল অসমীয়াৰ মন প্ৰাণ। ৰাজ্যৰ ভিন্ন ঠাইৰ লগতে তিনিচুকীয়াতো উলহ মালহেৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই চলিহা নগৰ খেলপথাৰত উদযাপন কৰিলে মুকলি বিহু । চাওক আমাৰ সাংবাদিক প্ৰশান্ত খাটোৱালৰ এক বিশেষ প্ৰতিবেদন ।