তুলিৰাম ৰংহাঙক মুকলি প্ৰত্যাহ্বান আমছুৰ - তুলিৰাম ৰংহাঙক মুকলি প্ৰত্যাহ্বান আমছুৰ
উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ পিছতো কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ উচ্ছেদ অভিযান(KAAC CEM Tuliram Ronghang on Eviction drive)ত আশ্বৰ্য প্ৰকাশ কৰিছে আমছুৱে ৷ তদুপৰি উচ্ছেদিত লোকসকলক কেনেকৈ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিদেশী বুলি ঘোষণা কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷ আমছুৰ সভাপতিগৰাকীয়ে তুলিৰাম ৰংহাঙক এজনো বিদেশী চিনাক্ত কৰিব পাৰিলে ৰাজহুৱা জীৱন ত্যাগ কৰাৰ মুকলি প্ৰত্যাহ্বান(AAMSU Open challenge to KAAC CEM Tuliram Ronghang) জনায় ৷
TAGGED:
লাহৰিজানত উচ্ছেদ অভিযান