অসম

assam

ETV Bharat / videos

Social media ত ভাইৰেল বাঘৰ চিকাৰৰ দৃশ্য

By

Published : Aug 21, 2021, 12:34 PM IST

Social media ত ভাইৰেল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক দৃশ্য । এই দৃশ্যটো উদ্যানৰ এটা ব্যাঘ্ৰ প্ৰকল্পৰ বুলি অনুমান কৰা হৈছে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ কোনোবা এটা স্থানত এটা ঢেকীয়াপতীয়া বাঘে কামুৰি টানি নিছে এটা ছাগলী ৷ এই দৃশ্য উদ্য়ান কৰ্তৃপক্ষৰ কেমেৰাত বন্দী হোৱা বুলি সঞ্চালক পি শিৱকুমাৰে প্ৰকাশ কৰিছে ৷ তাৰ পিছতে এই দৃশ্য ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত ৷

ABOUT THE AUTHOR

...view details