অসম

assam

সামাজিক দূৰত্বৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিলে কপিকুলে

By

Published : Apr 29, 2020, 5:35 PM IST

চ'ছিয়েল মিডিয়াত ভাইৰেল হোৱা এটা বিশেষ ভিডিঅ' । এই ভিডিঅ'টোত জীৱশ্ৰেষ্ঠ মানুহক যেন সামাজিক দূৰত্ব মানি চলাৰ নীতি শিক্ষা দিলে নামেৰীৰ কপিকুলে । মহামাৰী কৰ'ণাৰ পৰা হাত সাৰিবলৈ মানুহক সামাজিক দূৰত্ব নিয়ম মানি চলিবলৈ পৰামৰ্শ দি আহিছে ।

ABOUT THE AUTHOR

...view details