অসম

assam

ETV Bharat / videos

শাস্তি বিচাৰে প্ৰাণময় ৰাজগুৰুৰ পত্নীয়ে

By

Published : May 16, 2019, 8:59 PM IST

Updated : May 16, 2019, 9:09 PM IST

যদি প্ৰাণময় ৰাজগুৰু বিস্ফোৰণৰ লগত জড়িত থকাৰ কথা প্ৰমাণিত হয়, তেন্তে আইনে যি শাস্তি প্ৰদান কৰে তাত কোনো আপত্তি নাই পত্নীৰ ৷ শিৱসাগৰৰ বাসগৃহত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জুৰোডৰ বোমা বিস্ফোৰণত অভিযুক্ত আলোচনাপন্থী আলফা নেতা প্ৰাণময় ৰাজগুৰুৰ পত্নীয়ে ৷
Last Updated : May 16, 2019, 9:09 PM IST

ABOUT THE AUTHOR

...view details