মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ - assam election 2021
80 নং মৰিগাঁও বিধানসভা সমষ্টিৰ নিৰ্বাচনী ৰণত শেষ হাঁহি মাৰিব কোনে ? কোনে লাভ কৰিব সৰ্বাধিক ভোট ৷ এই সন্দৰ্ভত সমষ্টিটোৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে প্ৰকাশ কৰিলে বহু কথা ৷ চাওক ইটিভি ভাৰতৰ সৈতে মৰিগাঁৱৰ বৰ্তমানৰ বিধায়ক ৰমাকান্ত দেউৰীৰ আছুতীয়া সাক্ষাৎকাৰ-