অসম

assam

এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ,মৰিগাঁৱত বিৰাজ এই পৰিৱেশ

By

Published : Aug 31, 2019, 12:57 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱৰ বিভিন্ন সেৱা কেন্দ্ৰত প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা৷ তেনে সময়তে মৰিগাঁও বঘৰা সেৱা কেন্দ্ৰত অমৃত বিশ্বাস নামৰ এজন ব্যক্তিৰ নাম বাদ পৰিল খচৰাৰ পৰা ৷ অমৃত বিশ্বাস মৰিগাঁও বঘৰা গাঁও পঞ্চায়তৰ 2নং গোনামাৰাৰ নিবাসী৷ ইপিনে পঞ্চায়ত খনৰ জনপ্ৰতিনিধিৰ ভাষ্য অনুসৰি এনআৰচিত নাম নাহিলেও চিন্তাৰ কাৰণ নাই ৷ মৰিগাঁৱৰ সাংবাদিকৰ এক প্ৰতিবেদনঃ

ABOUT THE AUTHOR

...view details