অসম

assam

ETV Bharat / videos

কণমানি কলমাভিজোৰ কণ্ঠত প্ৰাণ পালে অ' মোৰ আপোনাৰ দেশ... - কলমাভিজো মাৰ

By

Published : Mar 11, 2021, 8:26 PM IST

অসমৰ জাতীয় সংগীত পৰিৱেশন কৰি ডিমা হাছাওৰ এগৰাকী কণমানি শিশু এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ জিলাখনৰ সদৰ চহৰ হাফলঙৰ মলহই গাঁৱৰ 6 বছৰীয়া কণমানি গৰাকীৰ নাম কলমাভিজো মাৰ ৷ কলমাভিজো মাৰ হাফলং চেণ্ট এগনেছ কনভেণ্ট স্কুলৰ ছাত্ৰী ৷ কণমানি জনীৰ এই প্ৰতিভাত মুগ্ধ হৈ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই 5 বছৰৰ বাবে শিক্ষাৰ সমস্ত দায়িত্বভাৰ গ্ৰহণ কৰে বুলি জানিবলৈ দিছে এন চি হিলচ ইণ্ডিজেনাচ ষ্টুডেণ্টছ ফ’ৰামৰ সভাপতি ডেভিড কেভমে ।

ABOUT THE AUTHOR

...view details