স্বচ্ছ ভাৰতৰ দিশত চতিয়াৰ মহিলাৰ বিশেষ পদক্ষেপ - কাগজৰ বেগ তৈয়াৰ
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানক সমৰ্থন জনাই চতিয়াৰ মহিলাসকলে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ দেশজুৰি পলিথিনৰ ব্যৱহাৰ বন্ধ হৈ পৰাৰ লগে লগে গাঁও অঞ্চলসমূহত মহিলাসকলো ব্যস্ত হৈ পৰিছে কাগজৰ বেগ তৈয়াৰ কৰাত ৷ দেশজুৰি পলিথিনৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ সময়তে চতিয়াৰ মহিলাসকলৰ এই পদক্ষেপক শলাগ জনাইছে সকলো শ্ৰেণীৰ ৰাইজে ৷
TAGGED:
কাগজৰ বেগ তৈয়াৰ