বছৰি এক শতাংশকৈ কিয় হ্ৰাস পাইছে বন্যহস্তীৰ সংখ্যা ? - DISASTER
ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি পোৱা বন্যহস্তীৰ মৃত্যু আৰু হস্তী মানৱৰ সংঘাতে আনিছে অশনি সংকেত ৷ এই সংঘাতৰ ফলত ৰাজ্যৰ বনাঞ্চলত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে বন্যহস্তীৰ সংখ্যা ৷ কিন্তু কি কাৰণত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত ? এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন ...