অসম

assam

ইউৰোপৰ আৰ্হিত তেজপুৰত নিৰ্মাণ হ'ব 45 ফুট উচ্চতাৰ ক্লক টাৱাৰ

By

Published : Sep 29, 2021, 9:22 PM IST

তেজপুৰ আদালত চাৰিয়ালিত বুধবাৰে ভূমি পূজনৰে আৰম্ভ হ'ল ক্লক টাৱাৰ নিৰ্মাণ কাৰ্য । তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু জিলা উপায়ুক্ত ভূপেছ চন্দ্ৰ দাসে ভূমি পূজন কৰি আৰম্ভ কৰিলে এই আটক ধুনীয়া লণ্ডনৰ আৰ্হিত ক্লক টাৱাৰ নিৰ্মাণ কাৰ্য। তেজপুৰৰ ব্যৱসায়ী বাবুল দেৱ নাথে তেওঁৰ পিতৃ মনোৰঞ্জন দেৱ নাথৰ স্মৃতিত উসৰ্গিত কৰিছে এই টাৱাৰটো ৷ মুঠ ৬০ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া এই টাৱা উচ্চতা হ'ব ৪৫ ফুট ৷

ABOUT THE AUTHOR

...view details