মহিলাৰ দ্বাৰা পৰিচালিত গোলাঘাটৰ 21 টা ভোটগ্ৰহণ কেন্দ্ৰ - 21 polling stations
অব্যাহত আছে ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ অন্য অঞ্চলৰ লগতে গোলাঘাটত বৰ্তমান সময়লৈকে শান্তিপূৰ্ণভাৱে ভোটাধিকাৰ সাব্যস্ত কৰিছে ভোটাৰসকলে ৷ গোলাঘাটত 21 টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালিত হৈছে মহিলাৰ দ্বাৰা ৷