2020 বৰ্ষৰ বাজেটঃ কি পাব কি হেৰুৱাব জনতাই ? - BUDGET 2020 PUBLIC VOX POP
2020 বৰ্ষৰ বাজেট সম্পৰ্কত কি ক'লে অসমৰ জনতাই। কি থাকিব এই বাজেটত ? উন্নয়নমুখী হ'ব নে নিৰ্বাচন মুখী হ'ব 2020 বৰ্ষৰ বাজেট সকলো প্ৰশ্নৰ উত্তৰ দিব জনতাই। এই চৰকাৰৰ ওপৰত আস্থা নাই সাধাৰণ জনতাৰ। বহু আঁচনিৰ কথা উল্লেখ থাকিব যদিও সকলো মিছা প্ৰতিশ্ৰুতি দিব চৰকাৰে। সাধাৰণ ৰাইজক এই বাজেটৰ জৰিয়তে প্ৰলোভন দিয়াৰ চেষ্টা কৰা হ'ব। এই উত্তৰ সাধাৰণ ৰাইজৰ আমাৰ নহয়। চাওক কাৰ কি প্ৰতিক্ৰিয়া....
Last Updated : Jan 30, 2020, 1:16 PM IST