অসম

assam

ETV Bharat / videos

কাছাৰত উদ্ধাৰ 10 ফুট দীঘল সাপ

By

Published : Jul 20, 2019, 2:38 PM IST

কাছাৰৰ ছোটাজেলেঙা গাঁৱত শুকুৰবাৰে উদ্ধাৰ হয় এডাল 10 ফুট দীঘল সাপ ৷ গাঁৱৰ লোকসকলে বন বিভাগৰ সহায়ত সাপডাল উদ্ধাৰ কৰি বৰাইল অভয়াৰণ্যত এৰি দিয়ে ৷

ABOUT THE AUTHOR

...view details