দেশজুৰি ঘোষণা কৰা লকডাউনৰ এটা বছৰ - তাৰিখ 24 মাৰ্চ 2020
By
Published : Mar 24, 2021, 7:35 AM IST
তাৰিখ 24 মাৰ্চ 2020 ৷ দেশজুৰি ঘোষণা কৰা হৈছিল লকডাউন ৷ স্তব্ধ হৈ পৰিছিল সমগ্ৰ দেশ ৷ চাৰিওফালে বিৰাজ কৰিছিল কেৱল শূণ্যতা ৷ আজি দেশজুৰি ঘোষণা কৰা লকডাউনৰ এটা বছৰ সম্পূৰ্ণ ৷