অসম

assam

By

Published : Nov 21, 2019, 11:23 PM IST

ETV Bharat / videos

ইটিভি ভাৰতত গোলপীয়া অথবা পিংক বলৰ সম্পূৰ্ণ বিৱৰণ...

ভাৰত আৰু বাংলাদেশৰ মাজত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব প্ৰথমখন দিবা-নৈশ টেষ্ট মেচ ৷ পোন প্ৰথমবাৰৰ বাবে গোলপীয়া বলৰ সন্মুখীন হ’ব ভাৰত-বাংলাদেশ ক্ৰিকেট দলটো ৷ এই মেচখনৰ পূৰ্বে চাওক ইটিভি ভাৰতৰ গোলপীয়া তথা পিংক বলৰ বিশেষ প্ৰতিবেদন....

ABOUT THE AUTHOR

...view details