সম্মুখ সমৰত নামিব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু কিংছ ইলেভেন পাঞ্জাৱ - ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু
আই পি এলৰ দ্বাদশ সংস্কৰণত বুধবাৰে মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু কিংছ ইলেভেন পাঞ্জাৱ ৷ বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত সন্ধিয়া 8 বজাত অনুষ্ঠিত হ’ব আই পি এলৰ 42 সংখ্যক মেচখন ৷ মেচখনক লৈ চাওক ইটিভি ভাৰতৰ আই পি এল বিশেষ...