অসম

assam

By

Published : Mar 25, 2019, 7:49 AM IST

ETV Bharat / videos

সমুখ সমৰত ৰাজস্থান আৰু পাঞ্জাৱঃ চাওক ইটিভি ভাৰতৰ IPL বিশেষ

সোমবাৰে আই পি এলৰ দ্বাদশ সংস্কৰণৰ চতুৰ্থখন মেচত মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ বনাম কিংছ ইলেভেন পাঞ্জাৱ । জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত সন্ধিয়া 8 বজাত অনুষ্ঠিত হ’ব মেচখন ৷ কোনটো দল কিমান শক্তিশালী তাৰ বাবে চাওক ইটিভি ভাৰতৰ বিশেষ অনুষ্ঠান 'আই পি এল বিশেষ'

ABOUT THE AUTHOR

...view details